Wednesday, September 5, 2018

শিশু


দিনান্তৰৰ শেষৰ স্বপ্ন
আদিম পুৱাৰ,

যেন
সঞ্জীৱিত সঞ্জীৱনী !

দুহাত চপাই
মৃত্যু জিনাৰ উশাহ সামৰি
জন্ম হয় এনে বহু উশাহৰ
সেয়ে
গৰ্ভাশয়ত বিচাৰ নহয়
কোনো বিভেদৰ |

ধাৰণ কৰিব পাৰিলেই
প্ৰতিটো উশাহেই
জন্ম দিব পাৰে
একোটি নিষ্পাপ শিশুৰ৷

 নিবেদিতা হাজৰিকা
৪৩৫ নং বৰকাপলা প্ৰাথমিক বিদ্যালয়, বৰপেটা

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: