Tuesday, April 17, 2018

বৰ্তমানলৈকে প্ৰকাশিত অসমীয়া শিশু আলোচনী সমূহ

অসমীয়া সাহিত্যৰ জগতখনত শিশু সাহিত্যৰ এক বিশেষ ভূমিকা আছে। শিশুক সাহিত্যৰ প্ৰতি আকৃষ্ট কৰাত এক বিশেষ ভূমিকা আছে শিশু সাহিত্যৰ। এই লেখাত অসমত প্ৰকাশ হোৱা সকলোবোৰ শিশু আলোচনীক অন্তৰ্ভুক্ত কৰাৰ হৈছে।.......

অসমীয়া শিশু-আলোচনীৰ তালিকা

শিশু-আলোচনী লেখকৰ নাম প্ৰকাশিত চন
লৰাবন্ধু কৰুণাভিৰাম বৰুৱা ১৮৮৮
অকণ হেমকান্ত গোস্বামী ১৯১৫
মইনা ৰঘুনাথ চৌধুৰী ১৯২৩
অকণ মহাদেৱ শৰ্মা ১৯২৭
আমাৰ দেশ তুলসীনাৰায়ণ শৰ্মা ১৯৩১
পখিলা হৰেন্দ্ৰনাথ শৰ্মা ১৯৩৩
অকণ বিৰিঞ্চি কুমাৰ বৰুৱা ১৯৩৫
পাৰিজাত দীননাথ শৰ্মা ১৯৪০
ৰংঘৰ বিৰিঞ্চি কুমাৰ বৰুৱা ১৯৪৮
কাঁচিজোন এম ইব্ৰাহিম আলি ১৯৫১
দীপক গৌৰিকান্ত তালুকদাৰ ১৯৫৪
জোনবাই নৱকান্ত বৰুৱা ১৯৬১
মইনা জাহিদ চৌধুৰী ১৯৬২
ন-জেউতি হলধৰ শৰ্মা ১৯৬৫
আমাৰ ঘৰ জগত চেতিয়া ১৯৬৫
নতুন বেলি জ'নচ মহলীয়া ১৯৬৭
বাল্যজ্যোতি ভূপেন্দ্ৰ নাৰায়ণ চোধুৰী ১৯৬৮
ভাইটি ভনীটি দেৱজানী চলিহা ১৯৬৮
ৰ'দালি সুৰেশ চন্দ্ৰ ৰাজখোৱা ১৯৬৮
আকাশ প্ৰীতি বৰুৱা ১৯৭১
কাকলি ৰুচিনাথ শৰ্মা /অশ্বিনী কুমাৰ শৰ্মা ১৯৭২
চান্দমামা বি নাগী ৰেড্ডী ১৯৭৬
কিশোৰ পৰেশ চন্দ্র বৰুৱা ১৯৭৬
ৰূপকণ দীপক দত্ত/বুবুল বৰদলৈ ১৯৭৬
জোন-তৰা নগেন বৰা ১৯৭৬
সেউজী হেম বৰা ১৯৭৭
কনিকা অৰুণ শৰ্মা ১৯৭৭
সেউজী সেউজী অৰুণ শৰ্মা ১৯৭৭
চেমনীয়া বাণী ভূঞা ১৯৭৭
মইনা সূৰ্যকুমাৰ ভূঞা ১৯৭৭
ৰুণজুণ বদন বৰুৱা ১৯৭৯
ফুলকলি ৰহিমা হক ১৯৭৯
সঁফুৰা ড৹ ভবেন্দ্ৰ নাথ শইকীয়া ১৯৮২
লুইত কমিক্স মানবেন্দ্ৰ কুমাৰ বৰুৱা ১৯৮৩
মইনা(মইনা পাৰিজাত) অতুল বৰা ১৯৮৩
মৌচাক শান্তনু তামুলী ১৯৮৪
ককাদেউতা দুলাল চন্দ্ৰ বৰঠাকুৰ ১৯৮৪
টিংকল অনন্ত পাই ১৯৮৪
কণকণ ৰঞ্জু হাজৰিকা ১৯৮৫
ঐক্যতান শান্তনু কৌশিক বৰুৱা ১৯৮৭
অমৰ চিত্ৰকথা অনন্ত পাই ১৯৮৭
মইনা ভাগ্যলক্ষ্মী মহন্ত ১৯৮৭
মুকুতা কুমুদ গোস্বামী ১৯৮৭
ফুল নলিনী প্ৰভা ডেকা ১৯৮৭
বিজ্ঞান সঁফুৰা কুলৰঞ্জন ডেকা ১৯৮৭
ৰং বিৰং লাৱণ্য গোস্বামী ১৯৮৮
ত্ৰিনয়ন ৰমেন শইকীয়া ১৯৮৮
নতুন আৱিষ্কাৰ শান্তনু তামুলী ১৯৮৮
সূৰুয গকুল বৰপূজাৰী/অশ্বিনী কুমাৰ শৰ্মা ১৯৮৯
চন্দ্ৰমা উষা ডেকা ১৯৮৯
জ্ঞানকোষ কুমাৰ নিৰঞ্জন ১৯৮৯
জ্ঞান-বিজ্ঞান দীনেশ বৈশ্য ১৯৯০
ফুলনি বুবুল চন্দ্ৰ ডেকা ১৯৯০
ৰ'দালি পূৰ্ণিমা কোঁৱৰ গোহাঁই ১৯৯০
জ্ঞানোদয় শৰৎ ৰাজখোৱা ১৯৯০
মৌ-কোঁহ বেদান্ত কুমাৰ বৰা ১৯৯০
মৌ শৰৎ ৰাজখোৱা ১৯৯০
মো ডা৹ তুলতুল বৰা ১৯৯০
ফুলনি বুবুল চন্দ্ৰ ডেকা ১৯৯০
কিশোৰ হোমেন বৰগোহাঞি ১৯৯০
পখিলা মৃণাল কটকী ১৯৯১
জিলিঙনি কুলেন্দু পাঠক ১৯৯১
কাকলি ৰুচিনাথ শৰ্মা /অশ্বিনী কুমাৰ শৰ্মা ১৯৯১
শ্যামলী জীৱন ৰায়চৌধুৰী ১৯৯২
ৰ'দালি লিখেন দত্ত ১৯৯৩
সন্ধানী দিগন্ত কুমাৰ বৰা ১৯৯৩
শিশু অনিমা চুতীয়া ১৯৯৪
আজৰি পৰৰ ধেমালি ভবেন কুমাৰ বৰা ১৯৯৪
মইনা অতুল বৰা ১৯৯৪
ৰ'দালি দীপক নাথ ১৯৯৪
অকণিৰ অগ্ৰদূত ৰমেন শইকীয়া ১৯৯১
ময়ূৰ অংকুৰণ দত্ত/ মুজাহিদ আলি / দীনেশ গোস্বামী ১৯৯৫
আমাৰ সাৰথি নগেন বৰা ১৯৯৬
শিশু সাৰথি নগেন বৰা ১৯৯৭
জ্ঞানম দুলাল মিশ্ৰ ১৯৯৮
মৌ ডা৹ তুলতুল বৰা ১৯৯৮
মৰমৰ ভণ্টি বিজয় কুমাৰ মহাপাত্ৰ / অমৃত গোস্বামী ১৯৯৯
সমন্বয় বিপুল কুমাৰ দিহীঙিয়া ২০০১
ৰ'দ কাঁচিয়লি ২০০১
নতুন ৰংমেলা অৰুণ ভাগৱতী ২০০২
ছাত্ৰ সাৰথি শিৱনাথ বৰ্মন ২০০২
অকণিৰ আকাশ হেমচন্দ্ৰ চুতীয়া /ৰাজীৱ চুতীয়া ২০০২
অংকুৰণ মমী শইকীয়া ২০০৩
কিশোৰ কানন অক্ষয় কুমাৰ নাথ ২০০৩
জোনাক গগণ চন্দ্ৰ অধিকাৰী ২০০৪
ৰংমন প্ৰণয় বৰদলৈ ২০০৪
অকণিৰ মৌ-মেল দিবাকৰ কামান ২০০৬
প্ৰজ্ঞান প্ৰশান্ত কুমাৰ গগৈ ২০০৬
জ্ঞানকোষ দুলাল মিশ্ৰ ২০০৭
জোনবাই জয়জ্যোতি গগৈ ২০০৮
অকণ ভূপেন্দ্র নাথ হাজৰিকা ২০১০
মইনা ৰাতুল বৰা ২০১১
হিয়াৰ ৰামধেনু অনুভৱ পৰাশৰ ২০১১
সপোন বিপুল শৰ্মা ২০১২
অকণিৰ জেউতি বিপুল কুমাৰ দিহীঙিয়া ২০১৩
আমাৰ ৰ'দালি গোলাপ কাশ্যপ ২০১৪
বাৰ-ওঠৰ হোমেন বৰগোহাঞি ২০১৪
— সম্পাদনা কক্ষ,  অসম দাপোণ

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: