Thursday, April 26, 2018

1 No Toradubi Lp School


অতি পিছপৰা অঞ্চলৰ এখন বিদ্যালয়।125 জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় খনত সতীৰ্থ টেট শিক্ষক সূৰুজ বুঢ়াগোহাঁই, প্ৰধান শিক্ষক ৰতন দাস আৰু স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগত বিদ্যালয়ৰ উন্নতিৰ বাবে শিক্ষক তা জীৱনৰ আৰম্ভণি কৰিছিলোঁ। পৰিশ্ৰমৰ ফল মিঠা। A+ গ্ৰেড লাভ কৰি বহুত আনন্দিত।স্থানীয় ৰাইজে প্ৰতি মুহূৰ্ততে আগবঢ়োৱা প্ৰেৰণা আৰু সহায় সহযোগিতা বাবে এনে ফলাফল লাভ কৰিলো।  
                                                                  ( Bijit Chutia, AT)

1 No Toradubi Lp School 1 No Toradubi Lp School 1 No Toradubi Lp School 1 No Toradubi Lp School

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: