Thursday, April 26, 2018

Sapkata LP School

পৰিশ্ৰমে সফলতা আনিলে..|
"B" গ্ৰেড পালো, আমি| ৮ মাহ হৈছিল ;
নতুন স্কুলত ভৰ্তি হোৱা| সেই কেইমাহতে পাৰো মানে চেষ্টা কৰিছিলো স্কুলখনৰ সামগ্ৰিক পৰিকাঠামো উন্নত কৰাৰ; সহায় হৈছিল ব্ল'কৰ চি.আৰ.চি.চি ছাৰ, বিদ্যালয়ৰ বয়োজেষ্ঠ প্ৰধান শিক্ষক, সহকৰ্মী, সভাপতি, বিদ্যালয় কমিটিৰ গোটচেৰেক সদস্য/সদস্যা আৰু স্থানীয় ৰাইজ..|
কণ কণ ছাত্ৰ-ছাত্ৰীৰ অফুৰন্ত হেঁপাহ আৰু উদ্যোগো আছিল বিশেষভাবে শলাগ ল'বলগীয়া|
পৰিশেষত, গুণো~সৱৰ সতে জড়িত সমগ্ৰ অসমৰ প্ৰতিজন শিক্ষাগুৰুলৈ শুভকামনা জনালো|
                                                                                      Pranjal Saikia AT




SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: