Wednesday, April 25, 2018

নতুন বছৰৰ আশা

নতুন বছৰৰ আশা 


আহিল আকৌ নতুন বছৰ
এটি নতুন দিন,
সকলোৱে আনন্দেৰে
বজোৱা প্ৰীতিৰ বীণ।
পুৰণি দিনৰ দুখ-শোক
সকলো পাহৰি যোৱা,
নতুন দিনত বিভেদ পাহৰি।
মিলনৰ গীত গোৱা।

      চুমন আহমেদ।
সপ্তম শ্ৰেণী।
দীৰ্ঘেশ্বৰী মধ্য ইংৰাজী বিদ্যালয়।
জিলা- কামৰূপ(গ্ৰাম্য)
শিক্ষাখণ্ড- কৰৰা

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: