Monday, September 17, 2018

শব্দ গঠনৰ ক্ৰিয়াকলাপ

শব্দ গঠনৰ ক্ৰিয়াকলাপ

 শব্দ গঠনৰ ক্ৰিয়াকলাপ :  প্ৰাণজিৎ বৰুৱা ।  আমি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক ব্যস্ত ৰাখিবলৈ বিভিন্ন খেল খেলাওঁ, যাৰ জৰিয়তে তেওঁলোকৰ...
প্ৰশংসা

প্ৰশংসা

প্ৰশংসা শব্দটো আমাৰ সকলোৰে প্ৰিয়। আমি প্ৰত্যেকেই প্ৰশংসা বিচাৰোঁ! ই আমাক প্ৰেৰণা দিয়ে। নতুন আৰু সুস্থ চিন্তা কৰিবলৈ বাধ্য কৰে। ই এটা সদৰ্থক শব্দ ৷ প্ৰশংসাৰ ব্যৱহাৰ আকৌ এক মন কৰিবলগীয়া বিষয়৷ কথাটো...
অৰ্থহীন

অৰ্থহীন

দিপিকা ডেকা —"মা, মোৰ লগৰ ছোৱালী এজনীৰ ঘৰত পূজা আছে। স্কুলৰ পাছত সিহঁতৰ ঘৰলৈ মাতিছে। যামনে?" —"নালাগে। দেউতাৰা ঘৰত নাথাকে। এনেকৈ ছোৱালী মানুহ অকলে ঘূৰি ফুৰাটো ভাল কথা নহয়।" —"মা, স্কুলৰ পৰা...

Monday, September 10, 2018

Thursday, September 6, 2018

262 No. Boguwan LP School

262 No. Boguwan LP School

গ্ৰীষ্ম বন্ধৰ আগত টাব দিয়া হৈছিল ফুল ৰোপন কৰি আনিবলৈ… ইমান ধুনীয়াকৈ যতন কৰি ধুনীয়া ধুনীয়া ফুল ৰোপন কৰিছে সেয়ে সকলোৰে লগত শ্বেয়াৰ কৰিব মন গ'ল । Neel Das ...
শিশু, অংকন: কৃতি সুন্দৰ হাজৰিকা

শিশু, অংকন: কৃতি সুন্দৰ হাজৰিকা

শিশু (এক্ৰিলিকেৰে কেনভাছত অংকিত) অংকন: কৃতি সুন্দৰহাজৰি‍কা  সহকাৰী শি‍ক্ষক, কঁঠালগুৰি এম.ই. স্কুল, ডিমৌ শি‍ক্ষাখণ্ড, শিৱসাগৰ ম’বাইল – ৯৯৫৪৬ ৮৪০৯৯ ...
ভূপেন হাজৰিকা, অংকন: কৃতি সুন্দৰ হাজৰিকা

ভূপেন হাজৰিকা, অংকন: কৃতি সুন্দৰ হাজৰিকা

ভূপেন হাজৰিকা  ( এক্ৰিলিকেৰে কেনভাছত অংকিত) অংকন: কৃতি সুন্দৰ হাজৰি‍কা  সহকাৰী শি‍ক্ষক, কঁঠালগুৰি এম.ই. স্কুল, ডিমৌ শি‍ক্ষাখণ্ড, শিৱসাগৰ ম’বাইল – ৯৯৫৪৬ ৮৪০৯৯ ...
ডাইনী

ডাইনী

প্ৰথম খণ্ড —"মৰিলোঁ  ঔ...মৰিলোঁ ঔ। মোক নামাৰিবি। মই ডাইনী নহয়। মই ডাইনী নহয়। পোনাকণ মোক বচা।" —"আই আই। ছাৰ ছাৰ আমাক বচাওক। মোৰ আই ডাইনী নহয়। মোৰ আই ডাইনী নহয় । এয়া মোৰ আই।" কাতৰ চিঞৰকেইটা...
কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকৰ স্থায়ী চাকৰিৰ বাবে

কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকৰ স্থায়ী চাকৰিৰ বাবে

প্ৰাথমিক বৰ্গ, মাধ্যমিক বৰ্গৰ শিক্ষক পদৰ বাবে আৱেদনকাৰীসকলে CTET (Central Teachers Eligibility Test)-ত ১৫০ নম্বৰৰ (১৫০ টা MCQ) ভিতৰত ৯০ নম্বৰ লৈ পাছ কৰিব লাগিব। এই পৰীক্ষাৰ সবিশেষ CBSE-ৰ ৱেবছাইটত...
ক্ষুদ্ৰ গল্প

ক্ষুদ্ৰ গল্প

-------------পোন্ধৰ আগষ্টৰ দিনাই বৰুৱাৰ একমাত্ৰ সন্তান ঈশানৰ জন্ম।কথাটোৰ পৰা বিনা বেতনে শিক্ষকতা কৰা বৰুৱাৰ আচলতে লাভেই হয়। কাৰণ এসময়ৰ আনন্দৰ দিনটোত আজিকালি যেন যুদ্ধৰ হে আখৰা চলে --- ।...
দৰমহা

দৰমহা

হঠাৎ দৰমহা কথা মনত পৰি গ’ল*******দিনটো ৰঙীন পৃথিৱীৰ ৰঙৰ আবিৰতে পাৰ হৈ গ’ল৷ হঠাতেই দৰমহা কথা মনত পৰি গ’ল৷ টেট শিক্ষকৰ চাকৰি ৷ দৰমহা কেইটাই যেনে তেনে চলি আছো ৷ আবেলি চাৰিআলি দোকানীজনে...
চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণ

চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণ

চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণ সমূহ ..১.অভিভাৱকৰ মানসিকতা । বহুতৰে মাজত কেৱল ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত হে গুণগত শিক্ষা লাভ কৰিব বুলি এটা ভুল ধাৰণাই শিপাই...
ইঞ্জিনিয়াৰ

ইঞ্জিনিয়াৰ

মনত অদম্য হেঁপাহ আছিল ইঞ্জিনিয়াৰ হোৱাৰ৷ মেট্ৰিকৰ ৰিজাল্ট্ ওলাবৰ দিনা মনত আনন্দৰ জোৱাৰ উথলি উঠিছিল৷ ইঞ্জিনিয়াৰিঙৰ প্ৰথম চিৰিত মই যেন বগালোঁৱেই! দেউতাই সৰুৰে পৰাই সপোন দেখুৱাইছিল— "মোৰ ছোৱালী ইঞ্জিনিয়াৰ...
কুটিল খেল

কুটিল খেল

ক্ৰমশঃ আকাশখন এন্ধাৰ হৈ আহিল, উতনুৱা কুটিল বতাহজাকত কাৰোবাৰ আঁচল খহিল তিৰবিৰাই জ্বলি উঠিল৷ দুটি তৰা; এহালি চকুত চমকি উঠিল তৰাৰ বিজুলী৷ মহাবি‍ষ খহি পৰিল সৌ বালিচাপৰিত সৰগৰ পৰা, অপৰাধ পলকবিহীনতাত...
এগণ্ডা লিমাৰিক

এগণ্ডা লিমাৰিক

            (১) বেকাৰ জীৱনটো হৈ পৰিছিল টেঙা, চাকৰিৰ বজাৰো যে আছিল মহঙা। টাকুৰি ঘূৰাদি ঘূৰি, পৰিছিল সি ভাগৰি ; সকলোৱে‍ কৈছিল নহয় তই চেঙা।।            ...