Tuesday, September 5, 2017

বৰষুণ

ৰিম্ ঝিম্ ৰিম্ ঝিম
বৰষুণ পৰে,
বাটত যোৱা মানুহবোৰ
পিছলি পৰে।
বৰষুণ পৰিলে যে


কিমান মজা লাগে, 
লগৰীয়াৰ স'তে মিলি
খেলোঁ লগে ভাগে।
মায়ে কয় নেখেলিবি
জ্বৰ হ'ব বুলি, 
মই কওঁ মা মা
একো নহয় বুলি ।
****************

ধীৰাজ চেত্ৰী, শ্ৰেণীঅষ্টম 
ঠিকনা : দীৰ্ঘেশ্বৰী মধ্য ইংৰাজী বিদ্যালয়।
কামৰপ(গ্ৰাম্য) শিক্ষাখণ্ড- কৰৰা
প্ৰেৰণ কৰিলে শি‍ক্ষয়িত্ৰী প্ৰতিভা বৰাই



SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: