Tuesday, September 5, 2017

গুণোৎসৱৰ OMR সমূহ

1. প্ৰাথমিক বিদ্যালয়ৰ Student OMR. এই OMR খন শ্ৰেণী শিক্ষকে পূৰাব লাগিব। প্ৰতিজন শিক্ষাৰ্থীয়ে প্ৰতিটো skillত ১০ ৰ ভিতৰত লাভ কৰা নম্বৰ বহিঃ মূল্যায়কৰ উপস্থিতিত বিদ্যালয়ত পূৰাব। 
-----------------------------

2. উচ্চ প্ৰাথমিক (UP)ৰ subject OMR. প্ৰতিগৰাকী ছাত্ৰ/ছাত্ৰীয়ে এখনকৈ পাব যত সকলো বিষয়ৰ মিলি মুঠতে ১০০ টা প্ৰশ্নৰ উত্তৰ পূৰাব লাগিব।

-----------------------
3। School Evaluation OMR, এই  OMR খনত মুঠ ২৪ টা প্রশ্ন থাকিব , ১৫ টা সহঃবিদ্যায়তনিক , ৭ টা আন্তঃগাঁথনি আৰু অন্যান্য সা-সুবিধা  আৰু ৭ টা সমাজৰ অংশগ্রহণ।
প্ৰতিটো প্রশ্নত  ৫ নম্বৰ কৈ  থাকিব . 


*****************
কিবা প্ৰশ্ন থাকিলে তলৰ comment box ত সুধিব পাৰে।

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: