Monday, April 30, 2018

লিমাৰিক

লিমাৰিক

(১) ধনবৰ ৰতনৰ বৰপেৰা দুটা দুয়োটাৰে তলৰ ফালে এটা এটা ফুটা কৃপণ ৰতনে ক'লে দেখা পাই ৰক্ষা নাই মোৰ, হে গোসাঁই তোমাক পূজিও মোৰ বিপদ নাইটুটা ...
লিমাৰিক

লিমাৰিক

(১) মানৱ সম্পদ  তুমি আমাৰে ভৰসা , নিজক চিনি পাবলৈ শিকা মাতৃভাষা। শিশু তুমি অসমীয়া , নাম হব  যুগমীয়া; অ-আ-ক-খ আখৰত দেখোঁ সেই আশা।। (২) নুবুজি আওঁৰালে ভাটৌৰ মিঠা মাত , হাঁহিব সমনীয়াই নিকটাই...

Sunday, April 29, 2018

Friday, April 27, 2018

অবুজ বান্দৰ

অবুজ বান্দৰ

বহু দিনৰ আগতে নৱগড চহৰৰ পৰা কিছু দূৰত এটা মন্দিৰ নিৰ্মাণৰ কাম চলি আছিল ।মন্দিৰটোত কাঠৰ কাম বহুত আছিল সেই কাৰণে কাঠফালা বহুতো মজদুৰ কামত লাগি আছিল ।সকলো বোৰ মজদুৰ দুপৰীয়াৰ সময়ত আহাৰ খাবলৈ চহৰলৈ যাব...
কেইখনমান অসমীয়া শিশু-আলোচনী

কেইখনমান অসমীয়া শিশু-আলোচনী

অসমীয়া সাহিত্যৰ জগতখনত শিশু সাহিত্যৰ এক বিশেষ ভূমিকা আছে। শিশুক সাহিত্যৰ প্ৰতি আকৃষ্ট কৰাত  এক বিশেষ ভূমিকা আছে শিশু সাহিত্যৰ। অসমীয়া 'শিশু সাহিত্য'-ক প্ৰতিনিধিত্ব কৰ...

Thursday, April 26, 2018

আপোনাৰ সন্তানটিয়ে আপোনাক অনুকৰণ কৰে নেকি?

আপোনাৰ সন্তানটিয়ে আপোনাক অনুকৰণ কৰে নেকি?

    শিশু স্বভাৱতে অনুকৰণপ্ৰিয় ৷ ডাঙৰৰ প্ৰতিটো কথা বা কামেই শিশুৱে অনুকৰণ কৰিবলৈ বিচাৰে ৷ ডাঙৰৰ কথা-বতৰা, চলন-ফুৰন, খোৱা- লোৱা আদি সকলো কাৰ্যই শিশুৱে অনুকৰণ কৰে ৷ শিশুৱে বিশেষকৈ পিতৃ-মাতৃৰ...
135 No. Kokoya LP School

135 No. Kokoya LP School

যিসময়ত গুণোৎসৱ সম্পৰ্কে মনত খু-দুৱনি লাগি আছিল, সেই সময়তে ফেচবুকত গুণোৎসৱৰ Evaluation সম্পৰ্কীয় সময়োপযোগী লেখা এটি পাইছিলো। লিখনিটো পঢ়ি মনৰ দুৰ্বলতাবোৰ দূৰ হোৱাৰ লগতে, বিশেষ সাহস অনুভৱ কৰিছিলো; তেতিয়াই...
Kodomguri LP School

Kodomguri LP School

অৱশেষত ফলাফল পালো ৷ মৰমৰ ছাত্ৰ ছাত্ৰী সকল , smc , অভিভাৱক সকল , crcc সকলোৰে সহযোগত A গ্ৰেড পালো ৷সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷                  ...
Sapkata LP School

Sapkata LP School

পৰিশ্ৰমে সফলতা আনিলে..|"B" গ্ৰেড পালো, আমি| ৮ মাহ হৈছিল ;নতুন স্কুলত ভৰ্তি হোৱা| সেই কেইমাহতে পাৰো মানে চেষ্টা কৰিছিলো স্কুলখনৰ সামগ্ৰিক পৰিকাঠামো উন্নত কৰাৰ; সহায় হৈছিল ব্ল'কৰ চি.আৰ.চি.চি ছাৰ, বিদ্যালয়ৰ...
বহু শ্ৰম আৰু ঐকান্তিক প্ৰচেষ্টাৰ অন্তত আমাৰ বিদ্যালয়ে A+ ফলাফল লাভ কৰিলোঁ৷ সকলোকে ধন্যবাদ ও শুভেচ্ছা জনাইছ...
1226নং টাকিমাৰী এল পি স্কুল

1226নং টাকিমাৰী এল পি স্কুল

অতিকৈ পিছপৰা দুৰ্গম চৰ অঞ্চলত অৱস্থিত 1226নং টাকিমাৰী এল পি স্কুল গুণোতসৱত Aগ্ৰেড পালে | আমি কৰা পৰিশ্ৰমৰ এটা যেন প্ৰমান পত্র পালো |বহুত ভাল লাগিছে আজি এটা সীকৃতি লাভ কৰি |      ...
1 No Toradubi Lp School

1 No Toradubi Lp School

অতি পিছপৰা অঞ্চলৰ এখন বিদ্যালয়।125 জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় খনত সতীৰ্থ টেট শিক্ষক সূৰুজ বুঢ়াগোহাঁই, প্ৰধান শিক্ষক ৰতন দাস আৰু স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগত বিদ্যালয়ৰ উন্নতিৰ বাবে শিক্ষক তা জীৱনৰ...
Hojai Town LP School

Hojai Town LP School

আশা কৰা ধৰণেই A গ্ৰেড পালো (B বা Aভিতৰতে পাম বুলি ভাবিছিলো, যদিও সকলোৱে ভাল স্কুল বুলি কয়) । A+ পাব পৰা বিদ্যালয়ত পৰিণত কৰিবলৈ আৰু বহুতো কষ্টৰ লগতে অন্যান্য বহুতো কাৰকৰ প্ৰয়োজন আছে।আৰু এনে কিছু...