Wednesday, April 25, 2018
কবিতা আবৃত্তি সম্পৰ্কে জানিবলগীয়া কিছু কথা
![]() |
| কবিতা আবৃত্তি সম্পৰ্কে জানিবলগীয়া কিছু কথা |
কবিতা এটা সকলোৱে পাঠ কৰিব পাৰে; কিন্তু সকলোৱে আবৃত্তি কৰিব নোৱাৰে বা নাজানে ৷ আবৃত্তি হৈছে এক কণ্ঠ কলা ৷
মঞ্চত কবিতা এটা আবৃত্তি কৰি সফলতা লাভ কৰিবৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক চৰ্তসমূহ হৈছে:-
(১) কবিতাটোৰ ভাৱ আৰু অৰ্থ হৃদয়ংগম কৰি কবিতাটো মুখস্থ কৰাটো কবিতা এটা আবৃত্তিৰ প্ৰথম চৰ্ত ৷ কাৰণ কবিতাটো মুখস্থ নাথাকিলে আবৃত্তিকাৰে মঞ্চৰ পৰা শ্ৰুতা-দৰ্শকৰ লগত প্ৰত্যক্ষ দৃষ্টি সংযোগ কৰাত ব্যৰ্থ হয় ৷